কিশোৰ-কিশোৰীসকলে সোধা ১০ টা প্ৰশ্ন
জীৱনত সফলতা লাভ কৰিবলৈ ব্যৱহাৰিক পৰামৰ্শ লওক।
প্ৰশ্ন ১
মই কোন হওঁ?
মানদণ্ড, দক্ষতা, সীমিত অৱস্থা আৰু লক্ষ্যৰ প্ৰতি সজাগ হৈ থাকিলে ইয়ে আপোনাক কেনেকৈ চাপৰ সন্মুখীন হোৱাৰ সত্বেও উচিত নিৰ্ণয় লবলৈ সহায় কৰিব
প্ৰশ্ন ২
মই মোৰ ৰূপ আৰু গঠনৰ বিষয়ে কিয় চিন্তিত?
আপুনি নিজৰ ৰূপ আৰু গঠন আইনাত দেখি নিৰাশ হয় নেকি? কম বেছি পৰিমানে আপুনি কি কৰিব পাৰে?
প্ৰশ্ন ৩
মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম?
মা-দেউতাৰ লগত যোগাযোগ কৰিবলৈ এই উপায়বোৰে আপোনাক সহজ কৰি তুলিব।
প্ৰশ্ন ৫
স্কুলত কোনোবাই গুণ্ডাগিৰি কৰিলে মই কি কৰিব পাৰোঁ?
আপুনি নিজকে দুৰ্বল বুলি নাভাবিব। কাজিয়া নকৰাকৈ আপুনি গুণ্ডাগিৰি কৰা ব্যক্তিৰ বিৰুদ্ধে থিয় দিব পাৰিব।
প্ৰশ্ন ৬
সমনীয়াৰপৰা অহা চাপৰ বিৰুদ্ধে মই কেনেকৈ থিয় দিম?
যি সঁচা তাৰ বিৰুদ্ধে থিয় দিবলৈ আপোনাৰ কঠিন হʼব পাৰে।
প্ৰশ্ন ৭
যদি মোক কোনোবাই যৌন কাৰ্য্য কৰিবলৈ প্ৰলোভিত কৰে, তেনেহʼলে মই কি কৰিম?
কিছুমান যুৱক-যুৱতীয়ে বিপৰীত লিংগৰ লগত অন্তৰংগ সম্পৰ্ক ৰখাৰ বাবে কি পৰিণামৰ সন্মুখীন হৈছিল, তাৰ বিষয়ে কিছু উদাহৰণ বিবেচনা কৰক।
প্ৰশ্ন ৮
সতীত্ব নষ্ট হোৱাৰ বিষয়ে মই কি জানোঁ?
ইয়াৰ মূল লক্ষ্য হৈছে কিশোৰ-কিশোৰীসকল। এই সত্যতাৰ আপুনি কেনেকৈ সন্মুখীন হʼব?
প্ৰশ্ন ১০
পবিত্ৰ শাস্ত্ৰই মোক কেনেদৰে সহায় কৰিব?
বহুতোলোকে কয় যে বাইবেল এখন কল্পনা-কাহিনীৰ কিতাপ, পুৰণি কালৰ কিতাপ অথবা ইয়াক বুজিবলৈ বহুত কঠিন। কিন্তু এইটো সত্য নহয়।