Skip to content

Skip to table of contents

ইব্ৰীসকললৈ চিঠি

অধ্যায়বোৰ

সাৰাংশ

    • ঈশ্বৰে নিজৰ পুত্ৰৰ যোগেদি কথা পাতিলে (১-৪)

    • পুত্ৰ স্বৰ্গদূতসকলতকৈ শ্ৰেষ্ঠ হয় (৫-১৪)

    • আৰু বেছি ধ্যান দিয়া (১-৪)

    • সকলোবোৰ যীচুৰ অধীন কৰা হʼল (৫-৯)

    • যীচু আৰু তেওঁৰ ভাইসকল (১০-১৮)

      • তেওঁলোকৰ উদ্ধাৰৰ মুখ্য অধিকাৰী (১০)

      • দয়ালু মহা-পুৰোহিত (১৭)

    • যীচু মোচিতকৈয়ো মহান (১-৬)

      • সকলো ঈশ্বৰে বনাইছে ()

    • বিশ্বাস নথকাৰ বিষয়ে সাৱধানবাণী (৭-১৯)

      • “আজি যদি তোমালোকে তেওঁৰ মাত শুনা” (, ১৫)

    • ঈশ্বৰৰ বিশ্ৰামত নোসোমোৱাৰ বিপদ (১-১০)

    • তেওঁৰ বিশ্ৰামত সোমাবলৈ উৎসাহিত কৰা হৈছে (১১-১৩)

      • ঈশ্বৰৰ বাক্য জীৱন্ত (১২)

    • যীচু মহান মহা-পুৰোহিত (১৪-১৬)

    • যীচু মানৱীয় মহা-পুৰোহিততকৈ শ্ৰেষ্ঠ (১-১০)

      • মল্কীচেদকৰ দৰে (, ১০)

      • দুখ-কষ্ট সহন কৰি আজ্ঞা মানিবলৈ শিকিলে ()

      • অনন্ত কালৰ উদ্ধাৰ কৰাৰ দায়িত্ব ()

    • শিশুৰ দৰে হৈ নাথাকিবলৈ সাৱধানবাণী (১১-১৪)

    • পৰিপক্কতাৰ ফালে আগবাঢ়া (১-৩)

    • যিসকলে বিশ্বাসৰ পৰা দূৰলৈ গুচি গৈছে, তেওঁলোকে পুত্ৰক আৰু এবাৰ কাঠত গজাল মাৰে (৪-৮)

    • নিজৰ আশা পূৰ হোৱালৈ সম্পূৰ্ণ ভৰসা ৰাখা (৯-১২)

    • ঈশ্বৰৰ প্ৰতিজ্ঞা নিশ্চয় পূৰ হʼব (১৩-২০)

      • ঈশ্বৰৰ প্ৰতিজ্ঞা আৰু শপত সলনি হʼব নোৱাৰে (১৭, ১৮)

    • মল্কীচেদক: অদ্বিতীয় ৰজা আৰু পুৰোহিত (১-১০)

    • খ্ৰীষ্টৰ পুৰোহিত পদ শ্ৰেষ্ঠ হয় (১১-২৮)

      • খ্ৰীষ্ট সম্পূৰ্ণৰূপে উদ্ধাৰ কৰাৰ যোগ্য হয় (২৫)

    • তম্বুৱে স্বৰ্গৰ বিষয়বোৰক চিত্ৰিত কৰে (১-৬)

    • পুৰণি আৰু নতুন চুক্তিৰ মাজত পাৰ্থক্য (৭-১৩)

    • পৃথিৱীৰ পবিত্ৰ স্থানত পবিত্ৰ সেৱা (১-১০)

    • খ্ৰীষ্টই নিজৰ তেজ লৈ স্বৰ্গত সোমালে (১১-২৮)

      • নতুন চুক্তিৰ মধ্যস্থতা (১৫)

  • ১০

    • জন্তুৰ বলিদানে পাপক নাইকিয়া কৰিব নোৱাৰে (১-৪)

      • নিয়ম কেৱল এক ছাঁ হয় ()

    • খ্ৰীষ্টৰ বলিদান এবাৰেই সদায়ৰ কাৰণে (৫-১৮)

    • এক নতুন আৰু জীৱিত পথ (১৯-২৫)

      • একগোট হʼবলৈ এৰি নিদিবা (২৪, ২৫)

    • জানি-বুজি পাপ কৰাৰ পৰা সাৱধান (২৬-৩১)

    • ধৈৰ্য্য ধৰাৰ ভৰসা আৰু বিশ্বাস (৩২-৩৯)

  • ১১

    • বিশ্বাসৰ সংজ্ঞা (১, ২)

    • বিশ্বাসৰ উদাহৰণবোৰ (৩-৪০)

      • বিশ্বাসৰ অবিহনে ঈশ্বৰক আনন্দিত কৰাটো অসম্ভৱ ()

  • ১২

    • যীচু, আমাৰ বিশ্বাসক সিদ্ধ কৰোঁতা (১-৩)

      • সাক্ষীসকলৰ ঘন ডাৱৰ ()

    • যিহোৱাৰ শিক্ষাক তুচ্ছ বুলি নাভাবিবা (৪-১১)

    • নিজৰ খোজৰ কাৰণে পোন ৰাস্তা প্ৰস্তুত কৰা (১২-১৭)

    • স্বৰ্গৰ যিৰূচালেমৰ ওচৰলৈ যোৱা (১৮-২৯)

  • ১৩

    • অৱশেষত উপদেশ আৰু নমস্কাৰ (১-২৫)

      • অতিথি-সৎকাৰ কৰিবলৈ নাপাহৰিবা ()

      • বিবাহক আদৰণীয় বুলি ভবা হওক ()

      • নেতৃত্ব লোৱাসকলৰ আজ্ঞা পালন কৰা (, ১৭)

      • প্ৰশংসাৰ বলিদান উৎসৰ্গ কৰা (১৫, ১৬)