গালাতীয়াসকললৈ চিঠি
অধ্যায়বোৰ
সাৰাংশ
-
বিশ্বাস আৰু নিয়মত লিখা কামবোৰৰ মাজত পাৰ্থক্য (১-১৪)
যিজন ভাল মানুহ হয়, তেওঁ নিজৰ বিশ্বাসৰ কাৰণে জীয়াই থাকিব (১১)
অব্ৰাহামৰ লগত কৰা প্ৰতিজ্ঞা নিয়মৰ আধাৰত নহয় (১৫-১৮)
খ্ৰীষ্ট, অব্ৰাহামৰ বংশ (১৬)
নিয়মৰ আৰম্ভণি; ইয়াৰ উদ্দেশ্য (১৯-২৫)
বিশ্বাস কৰাৰ যোগেদি ঈশ্বৰৰ পুত্ৰ হোৱা (২৬-২৯)
যিসকল খ্ৰীষ্টৰ হয়, তেওঁলোক অব্ৰাহামৰ বংশৰ হয় (২৯)