Skip to content

Skip to table of contents

মথিয়ে লিখা শুভবাৰ্তা

অধ্যায়বোৰ

সাৰাংশ

    • যীচু খ্ৰীষ্টৰ বংশাৱলী (১-১৭)

    • যীচুৰ জন্ম (১৮-২৫)

    • জ্যোতিষীসকল আহে (১-১২)

    • মিচৰলৈ পলাই যোৱা (১৩-১৫)

    • হেৰোদে সৰু লʼৰাবোৰক হত্যা কৰালে (১৬-১৮)

    • নাচৰতলৈ উভতি অহা (১৯-২৩)

    • যোহন বাপ্তিষ্মা দিওঁতাৰ প্ৰচাৰ কাম (১-১২)

    • যীচুৰ বাপ্তিষ্মা (১৩-১৭)

    • চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰিলে (১-১১)

    • যীচুৱে গালীলত প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলে (১২-১৭)

    • যীচুৱে চাৰিজন মাছমৰীয়াক তেওঁৰ শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰিলে (১৮-২২)

    • যীচুৱে প্ৰচাৰ কৰিলে, শিকালে আৰু ৰোগীসকলক সুস্থ কৰিলে (২৩-২৫)

    • পাহাৰত দিয়া উপদেশ (১-৩৪)

      • আনক দেখুৱাবলৈ তেওঁলোকৰ ওচৰত সঠিক কাম নকৰিবা (১-৪)

      • প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে (৫-১৫)

        • আদৰ্শ প্ৰাৰ্থনা (৯-১৩)

      • লঘোন (১৬-১৮)

      • পৃথিৱী আৰু স্বৰ্গত ধন (১৯-২৪)

      • চিন্তা কৰিবলৈ এৰি দিয়া (২৫-৩৪)

        • ৰাজ্যক প্ৰথম স্থান দি থাকা (৩৩)

    • পাহাৰত দিয়া উপদেশ (১-২৭)

      • নিন্দা কৰিবলৈ বন্ধ কৰা (১-৬)

      • খুজি থাকা, বিচাৰি থাকা, টুকুৰিয়াই থাকা (৭-১১)

      • সোণালী নিয়ম (১২)

      • ঠেক দুৱাৰ (১৩, ১৪)

      • ফলৰ দ্বাৰা সিহঁতক চিনাক্ত (১৫-২৩)

      • শিলাৰ ওপৰত বনোৱা ঘৰ, বালিৰ ওপৰত বনোৱা ঘৰ (২৪-২৭)

    • যীচুৰ শিক্ষা শুনি ভীৰৰ লোকসকল আচৰিত হʼল (২৮, ২৯)

    • কুষ্ঠ ৰোগীক সুস্থ কৰিলে (১-৪)

    • সেনাপতিৰ বিশ্বাস (৫-১৩)

    • যীচুৱে কফৰনাহূমত বহুতো লোকক সুস্থ কৰে (১৪-১৭)

    • যীচুৰ পিছে পিছে যাবলৈ কি কৰিব লাগিব (১৮-২২)

    • যীচুৱে ধুমুহাক শান্ত কৰে (২৩-২৭)

    • যীচুৱে দুষ্ট স্বৰ্গদূতবিলাকক গাহৰি জাকলৈ পঠায় (২৮-৩৪)

    • যীচুৱে জঠৰ ৰোগীক সুস্থ কৰে (১-৮)

    • মথিক মাতে (৯-১৩)

    • লঘোনৰ বিষয়ে প্ৰশ্ন (১৪-১৭)

    • যায়ীৰৰ ছোৱালী; এগৰাকী তিৰোতাই যীচুৰ কাপোৰ চুৱে (১৮-২৬)

    • যীচুৱে দুজন অন্ধ আৰু বোবা মানুহক সুস্থ কৰে (২৭-৩৪)

    • শস্য বহুত, কিন্তু কাম কৰা মানুহৰ সংখ্যা কম (৩৫-৩৮)

  • ১০

    • বাৰ জন পাঁচনি (১-৪)

    • প্ৰচাৰ কৰাৰ নিৰ্দেশনা (৫-১৫)

    • শিষ্যসকলক অত্যাচাৰ কৰা হʼব (১৬-২৫)

    • মানুহলৈ নহয়, ঈশ্বৰলৈ ভয় কৰা (২৬-৩১)

    • শান্তি আনিবলৈ নহয়, কিন্তু বিভেদ সৃষ্টি কৰিবলৈ (৩২-৩৯)

    • যীচুৰ শিষ্যসকলক গ্ৰহণ কৰা (৪০-৪২)

  • ১১

    • যোহন বাপ্তিষ্মা দিওঁতাৰ প্ৰশংসা (১-১৫)

    • অনুতাপ নকৰা সেই যুগৰ লোকসকলক নিন্দা কৰা হৈছে (১৬-২৪)

    • যীচুৱে পিতৃৰ প্ৰশংসা কৰিলে, যিজনে নম্ৰ লোকসকলক দয়া দেখুৱালে (২৫-২৭)

    • যীচুৰ যুঁৱলিয়ে সতেজ কৰে (২৮-৩০)

  • ১২

    • যীচু “বিশ্ৰাম-বাৰৰ প্ৰভু হয়” (১-৮)

    • হাত শুকাই যোৱা এজন মানুহক সুস্থ কৰিলে (৯-১৪)

    • ঈশ্বৰৰ প্ৰিয় সেৱক (১৫-২১)

    • পবিত্ৰ শক্তিৰ সহায়ত দুষ্ট স্বৰ্গদূতক উলিয়ালে (২২-৩০)

    • ক্ষমা নোপোৱা পাপ (৩১, ৩২)

    • ফলৰ যোগেদি গছজোপা চিনাক্ত কৰিব পাৰি (৩৩-৩৭)

    • যোনাৰ চিন (৩৮-৪২)

    • যেতিয়া দুষ্ট স্বৰ্গদূত উভতি আহে (৪৩-৪৫)

    • যীচুৰ মা আৰু ভায়েকসকল (৪৬-৫০)

  • ১৩

    • ৰাজ্যৰ বিষয়ে উদাহৰণবোৰ (১-৫২)

      • বীজ সিঁচোঁতাজন (১-৯)

      • যীচুৱে কিয় উদাহৰণ দিছিল (১০-১৭)

      • বীজ সিঁচোঁতাৰ উদাহৰণৰ অৰ্থ বুজালে (১৮-২৩)

      • ঘেঁহু আৰু বনৰীয়া ঘাঁহ (২৪-৩০)

      • সৰিয়হ গুটি আৰু খমিৰ (৩১-৩৩)

      • যীচুৱে উদাহৰণ দি ভৱিষ্যবাণী পূৰ কৰিলে (৩৪, ৩৫)

      • ঘেঁহু আৰু বনৰীয়া ঘাঁহৰ অৰ্থ বুজালে (৩৬-৪৩)

      • লুকুৱাই ৰখা ধন আৰু বহুমূলীয়া মুকুতা (৪৪-৪৬)

      • ডাঙৰ জাল (৪৭-৫০)

      • ধনৰ বাকচত নতুন আৰু পুৰণি বস্তু (৫১, ৫২)

    • যীচুক তেওঁৰ নিজৰ এলেকাতে গ্ৰহণ নকিৰলে (৫৩-৫৮)

  • ১৪

    • যোহন বাপ্তিষ্মা দিওঁতাৰ মূৰ কাটি দিয়া হʼল (১-১২)

    • যীচুৱে ৫,০০০ জনক খোৱালে (১৩-২১)

    • যীচুৱে পানীৰ ওপৰত খোজ কাঢ়ে (২২-৩৩)

    • গিনেচৰৎ অঞ্চলত চমৎকাৰ কৰে (৩৪-৩৬)

  • ১৫

    • মানুহৰ পৰম্পৰাবোৰ পোহৰলৈ আনিলে (১-৯)

    • হৃদয়ৰ পৰা ওলোৱা কথাবোৰেই অশুচি কৰে (১০-২০)

    • ফৈনীকিয়াত থকা তিৰোতাগৰাকীৰ বহুত বিশ্বাস আছিল (২১-২৮)

    • যীচুৱে বহুতো ৰোগীক সুস্থ কৰে (২৯-৩১)

    • যীচুৱে ৪,০০০ জনক খোৱালে (৩২-৩৯)

  • ১৬

    • চিন দেখুৱাবলৈ কʼলে (১-৪)

    • ফৰীচী আৰু চদ্দূকীবিলাকৰ খমিৰ (৫-১২)

    • ৰাজ্যৰ চাবিবোৰ (১৩-২০)

      • মণ্ডলী শিলাৰ ওপৰত বনোৱা হʼব (১৮)

    • যীচুৱে নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (২১-২৩)

    • প্ৰকৃত শিষ্যসকল কোন (২৪-২৮)

  • ১৭

    • যীচুৰ ৰূপ সলনি হʼল (১-১৩)

    • সৰিয়হ গুটিৰ সমান বিশ্বাস (১৪-২১)

    • যীচুৱে আকৌ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (২২, ২৩)

    • মাছৰ মুখৰ ভিতৰত পোৱা মুদ্ৰাৰে কৰ দিলে (২৪-২৭)

  • ১৮

    • ৰাজ্যত সকলোতকৈ ডাঙৰ অধিকাৰ কোনে পাব (১-৬)

    • বিশ্বাসৰ পথত চলিবলৈ বাধা দিয়া (৭-১১)

    • হেৰুৱা ভেড়াৰ উদাহৰণ (১২-১৪)

    • ভাইক ঘূৰাই পোৱা (১৫-২০)

    • ক্ষমা নকৰা দাসৰ উদাহৰণ (২১-৩৫)

  • ১৯

    • বিয়া আৰু তালাক (১-৯)

    • অবিবাহিত হৈ থকাৰ উপহাৰ (১০-১২)

    • যীচুৱে লʼৰা-ছোৱালীক আশীৰ্বাদ দিয়ে (১৩-১৫)

    • এজন ধনী ডেকা ব্যক্তিৰ প্ৰশ্ন (১৬-২৪)

    • ৰাজ্যৰ কাৰণে ত্যাগ (২৫-৩০)

  • ২০

    • আঙুৰৰ খেতিত কাম কৰা মানুহ; সমান হাজিৰা (১-১৬)

    • যীচুৱে আকৌ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (১৭-১৯)

    • ৰাজ্যত বিশেষ পদ পাবলৈ অনুৰোধ (২০-২৮)

      • বহুতো লোকৰ জীৱনৰ কাৰণে যীচুৱে নিজৰ জীৱন মুক্তিৰ মূল্য হিচাপে দিলে (২৮)

    • দুজন অন্ধ ব্যক্তিক সুস্থ কৰে (২৯-৩৪)

  • ২১

    • যীচু যিৰূচালেমলৈ আহিলে (১-১১)

    • যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে (১২-১৭)

    • ডিমৰু গছক অভিশাপ দিয়ে (১৮-২২)

    • যীচুৰ অধিকাৰৰ ওপৰত প্ৰশ্ন কৰে (২৩-২৭)

    • দুজন পুত্ৰৰ উদাহৰণ (২৮-৩২)

    • হত্যা কৰা খেতিয়কসকলৰ উদাহৰণ (৩৩-৪৬)

      • চুকৰ প্ৰধান শিলক ব্যৱহাৰ নকৰিলে (৪২)

  • ২২

    • বিয়াৰ ভোজৰ উদাহৰণ (১-১৪)

    • ঈশ্বৰ আৰু সম্ৰাট (১৫-২২)

    • মৃতবিলাকক আকৌ জীয়াই তোলাৰ বিষয়ে প্ৰশ্ন (২৩-৩৩)

    • দুটা প্ৰধান আজ্ঞা (৩৪-৪০)

    • খ্ৰীষ্ট দায়ূদৰ বংশৰ হয় নে? (৪১-৪৬)

  • ২৩

    • নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাকৰ দৰে নহʼবা (১-১২)

    • নিয়ম শিকোৱা লোক আৰু ফৰীচীবিলাকক নিন্দা কৰা হৈছে (১৩-৩৬)

    • যীচুৱে যিৰূচালেমৰ কাৰণে দুখ কৰিছে (৩৭-৩৯)

  • ২৪

    • খ্ৰীষ্টৰ উপস্থিতিৰ চিন (১-৫১)

      • যুদ্ধ, আকাল, ভূমিকম্প ()

      • শুভবাৰ্তা প্ৰচাৰ কৰা হʼব (১৪)

      • মহা-সংকট (২১, ২২)

      • মানুহৰ পুত্ৰৰ চিন (৩০)

      • ডিমৰু গছ (৩২-৩৪)

      • নোহৰ দিনৰ পৰিস্থিতি যেনেকুৱা (৩৭-৩৯)

      • জাগি থাকা (৪২-৪৪)

      • বিশ্বাসী দাস আৰু দুষ্ট দাস (৪৫-৫১)

  • ২৫

    • খ্ৰীষ্টৰ উপস্থিতিৰ চিন (১-৪৬)

      • দহগৰাকী কন্যাৰ উদাহৰণ (১-১৩)

      • গাগৰিৰ উদাহৰণ (১৪-৩০)

      • ভেড়া আৰু ছাগলীৰ উদাহৰণ (৩১-৪৬)

  • ২৬

    • পুৰোহিতসকলে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে (১-৫)

    • যীচুৰ মূৰত তেল ঢলা হʼল (৬-১৩)

    • শেষ নিস্তাৰ-পৰ্ব আৰু যীচুৰ লগত বিশ্বাসঘাত (১৪-২৫)

    • প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি (২৬-৩০)

    • যীচুৱে কৈছিল, পিতৰে তেওঁক অস্বীকাৰ কৰিব (৩১-৩৫)

    • যীচুৱে গেৎচিমানীত প্ৰাৰ্থনা কৰে (৩৬-৪৬)

    • যীচুক গ্ৰেপ্তাৰ কৰা হʼল (৪৭-৫৬)

    • মহা-সভাৰ ওচৰত মোকৰ্দ্দমা (৫৭-৬৮)

    • পিতৰে যীচুক চিনি পাবলৈ অস্বীকাৰ কৰে (৬৯-৭৫)

  • ২৭

    • যীচুক পীলাতৰ হাতত গতাই দিয়া হʼল (১, ২)

    • যিহূদাই ফাঁচি লগাই আত্মহত্যা কৰে (৩-১০)

    • যীচু পীলাতৰ সন্মুখত (১১-২৬)

    • সকলোৰে আগত ঠাট্টা কৰা হʼল (২৭-৩১)

    • গলগথাত কাঠত আঁৰি দিয়া হʼল (৩২-৪৪)

    • যীচুৰ মৃত্যু (৪৫-৫৬)

    • যীচুক কবৰ দিয়া হʼল (৫৭-৬১)

    • কবৰত পহৰা দিয়া হʼল (৬২-৬৬)

  • ২৮

    • যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল (১-১০)

    • সৈনিকসকলক ঘোচ দিয়া হʼল (১১-১৫)

    • শিষ্য বনোৱাৰ আজ্ঞা (১৬-২০)