দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ ৫ যাকোবৰ চিঠি অধ্যায়বোৰ ১ ২ ৩ ৪ ৫ সাৰাংশ ১ নমস্কাৰ (১) ধৈৰ্য্য ধৰিলে আনন্দ পোৱা যায় (২-১৫) পৰীক্ষিত হোৱা বিশ্বাস (৩) বিশ্বাসেৰে খুজি থাকা (৫-৮) ইচ্ছাই পাপ আৰু মৃত্যুৰ ফালে লৈ যায় (১৪, ১৫) প্ৰতিটো ভাল উপহাৰ স্বৰ্গৰ পৰা আহে (১৬-১৮) বাক্য শুনা; পালন কৰা (১৯-২৫) আইনাত নিজৰ চেহেৰা চোৱাজন (২৩, ২৪) শুদ্ধ আৰু নিষ্কলংক উপাসনা (২৬, ২৭) ২ পক্ষপাত কৰা পাপ হয় (১-১৩) প্ৰেম হৈছে এক ৰাজকীয় নিয়ম (৮) কামৰ অবিহনে বিশ্বাস মৰা (১৪-২৬) দুষ্ট স্বৰ্গদূতে বিশ্বাস কৰে আৰু থৰ থৰকৈ কঁপে (১৯) অব্ৰাহামক যিহোৱাৰ বন্ধু বুলি কোৱা হʼল (২৩) ৩ জিভাক নিয়ন্ত্ৰণ কৰা (১-১২) বহুতো লোকে যেন শিক্ষক নহওক (১) স্বৰ্গৰ পৰা পোৱা বুদ্ধি (১৩-১৮) ৪ জগতৰ লগত বন্ধুত্ব নকৰিবা (১-১২) চয়তানৰ বিৰোধ কৰা (৭) ঈশ্বৰৰ কাষ চাপা (৮) অহংকাৰৰ পৰা সাৱধান (১৩-১৭) “যদি যিহোৱাৰ ইচ্ছা হয়” (১৫) ৫ ধনী লোকসকলক সাৱধানবাণী (১-৬) ধৈৰ্য্য ধৰিলে ঈশ্বৰৰ আশীৰ্বাদ পোৱা যায় (৭-১১) তোমালোকৰ “হয়” মানে “হয়” হওক (১২) বিশ্বাসেৰে কৰা প্ৰাৰ্থনাই প্ৰভাৱ পেলায় (১৩-১৮) পাপীক উভতি আহিবলৈ সহায় কৰা (১৯, ২০) Previous Next Print Share Share যাকোব—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ যাকোব—সাৰাংশ অসমীয়া যাকোব—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt যাকোব