Skip to content

Skip to table of contents

যোহনে লিখা শুভবাৰ্তা

অধ্যায়বোৰ

সাৰাংশ

    • বাক্য মানুহ হʼল (১-১৮)

    • যোহন বাপ্তিষ্মা দিওঁতাৰ সাক্ষ্য (১৯-২৮)

    • যীচু, ঈশ্বৰৰ ভেড়া পোৱালি (২৯-৩৪)

    • যীচুৰ প্ৰথম শিষ্যসকল (৩৫-৪২)

    • ফিলিপ আৰু নথনেল (৪৩-৫১)

    • কান্না চহৰত বিয়া; পানীক দ্ৰাক্ষাৰসলৈ সলনি কৰা (১-১২)

    • যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে (১৩-২২)

    • মানুহৰ হৃদয়ত কি আছে, যীচুৱে জানে (২৩-২৫)

    • যীচু আৰু নীকদীম (১-২১)

      • আকৌ জন্ম হোৱা (৩-৮)

      • ঈশ্বৰে জগতক প্ৰেম কৰিলে (১৬)

    • যোহনে শেষ বাৰৰ বাবে যীচুৰ বিষয়ে সাক্ষ্য দিয়ে (২২-৩০)

    • যিজন ওপৰৰ পৰা আহে (৩১-৩৬)

    • যীচু আৰু চমৰীয়া তিৰোতা (১-৩৮)

      • “পবিত্ৰ শক্তি আৰু সত্যতাৰে” ঈশ্বৰৰ উপাসনা কৰা (২৩, ২৪)

    • বহুতো চমৰীয়াই যীচুৰ ওপৰত বিশ্বাস কৰিলে (৩৯-৪২)

    • যীচুৱে অধিকাৰীৰ লʼৰাজনক সুস্থ কৰিলে (৪৩-৫৪)

    • বৈথেচদাত বেমাৰী মানুহজনক সুস্থ কৰা হʼল (১-১৮)

    • যীচুক তেওঁৰ পিতৃয়ে অধিকাৰ দিলে (১৯-২৪)

    • মৃতবিলাকে যীচুৰ মাত শুনিব (২৫-৩০)

    • যীচুৰ বিষয়ে সাক্ষ্য (৩১-৪৭)

    • যীচুৱে ৫,০০০ জনক খোৱালে (১-১৫)

    • যীচুৱে পানীৰ ওপৰত খোজ কাঢ়ে (১৬-২১)

    • যীচু “জীৱন দিওঁতা আহাৰ” (২২-৫৯)

    • যীচুৰ কথা শুনি বহুতো লোকে বিশ্বাস হেৰুৱালে (৬০-৭১)

    • যীচু পঁজা-পৰ্বৰ উৎসৱৰ কাৰণে গʼল (১-১৩)

    • উৎসৱত যীচুৱে শিকায় (১৪-২৪)

    • খ্ৰীষ্টৰ বিষয়ে বেলেগ বেলেগ মন্তব্য (২৫-৫২)

    • পিতৃয়ে যীচুৰ বিষয়ে সাক্ষ্য দিয়ে (১২-৩০)

      • যীচু “জগতৰ পোহৰ” হয় (১২)

    • অব্ৰাহামৰ বংশ (৩১-৪১)

      • “সত্যই তোমালোকক মুকলি কৰিব” (৩২)

    • চয়তানৰ সন্তান (৪২-৪৭)

    • যীচু আৰু অব্ৰাহাম  (৪৮-৫৯)

    • যীচুৱে জন্মৰে পৰা অন্ধ মানুহ এজনক ভাল কৰিলে (১-১২)

    • ফৰীচীবিলাকে সেই মানুহজনক সোধ-পোছ কৰে (১৩-৩৪)

    • ফৰীচীবিলাকৰ অন্ধতা (৩৫-৪১)

  • ১০

    • ৰখীয়া আৰু ভেড়াৰ গঁৰাল (১-২১)

      • যীচু এজন ভাল ৰখীয়া হয় (১১-১৫)

      • মোৰ আৰু ভেড়া আছে (১৬)

    • সমৰ্পণৰ উৎসৱত যিহূদীসকলে যীচুৰ লগত তৰ্ক কৰে (২২-৩৯)

      • বহুতো যিহূদীয়ে বিশ্বাস নকৰিলে (২৪-২৬)

      • “মোৰ ভেড়াবোৰে মোৰ মাত শুনে” (২৭)

      • পুত্ৰ, পিতৃৰ লগত একতাত আছে (৩০, ৩৮)

    • যৰ্দ্দনৰ সিপাৰে থকা বহুতো লোকে বিশ্বাস কৰিলে (৪০-৪২)

  • ১১

    • লাজাৰৰ মৃত্যু (১-১৬)

    • মৰিয়ম আৰু মাৰ্থাক যীচুৱে শান্ত্বনা দিয়ে (১৭-৩৭)

    • যীচুৱে লাজাৰক জীয়াই তুলিলে (৩৮-৪৪)

    • যীচুক হত্যা কৰাৰ ষড়যন্ত্ৰ (৪৫-৫৭)

  • ১২

    • মৰিয়মে যীচুৰ ভৰিত তেল ঢালি দিয়ে (১-১১)

    • যীচু ৰজা হিচাপে প্ৰৱেশ কৰে (১২-১৯)

    • যীচুৱে নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (২০-৩৭)

    • যিহূদীসকলে বিশ্বাস নকৰিলে, যাৰ বাবে ভৱিষ্যবাণী পূৰ হʼল (৩৮-৪৩)

    • যীচুৱে জগতক ৰক্ষা কৰিবলৈ আহিল (৪৪-৫০)

  • ১৩

    • যীচুৱে নিজৰ শিষ্যসকলৰ ভৰি ধুৱাই (১-২০)

    • যীচুৱে কয় যে তেওঁক ধৰাই দিয়াজন যিহূদা হয় (২১-৩০)

    • নতুন আজ্ঞা (৩১-৩৫)

      • “যদি তোমালোকৰ মাজত প্ৰেম থাকিব” (৩৫)

    • যীচুৱে কʼলে যে পিতৰে তেওঁক অস্বীকাৰ কৰিব (৩৬-৩৮)

  • ১৪

    • যীচুৱেই পিতৃৰ ওচৰলৈ যোৱা ৰাস্তা (১-১৪)

      • “ময়েই সেই ৰাস্তা, সত্য আৰু জীৱন হওঁ” ()

    • পবিত্ৰ শক্তি আহিব বুলি যীচুৱে প্ৰতিজ্ঞা কৰে (১৫-৩১)

      • “পিতৃ মোতকৈ ডাঙৰ” (২৮)

  • ১৫

    • আঙুৰৰ প্ৰকৃত লতাৰ উদাহৰণ (১-১০)

    • খ্ৰীষ্টৰ দৰে প্ৰেম কৰাৰ আজ্ঞা (১১-১৭)

      • “নিজৰ জীৱন দিয়াতকৈ শ্ৰেষ্ঠ প্ৰেম আৰু হʼব পাৰে নে?” (১৩)

    • জগতে যীচুৰ শিষ্যসকলক ঘৃণা কৰে (১৮-২৭)

  • ১৬

    • যীচুৰ শিষ্যসকলে মৃত্যুৰ সন্মুখীন হʼবলগীয়া হʼব পাৰে (১-৪ক)

    • পবিত্ৰ শক্তিৰ কাম (৪খ-১৬)

    • শিষ্যসকলৰ দুখ আনন্দলৈ সলনি হʼব (১৭-২৪)

    • যীচুৱে জগতক জয় কৰিলে (২৫-৩৩)

  • ১৭

    • পাঁচনিসকলৰ লগত যীচুৰ শেষ প্ৰাৰ্থনা (১-২৬)

      • অনন্ত জীৱন পাবলৈ হʼলে ঈশ্বৰক জানিব লাগিব ()

      • খ্ৰীষ্টানসকল এই জগতৰ নহয় (১৪-১৬)

      • “তোমাৰ বাক্য সত্য” (১৭)

      • ‘মই তোমাৰ নাম জনালোঁ’ (২৬)

  • ১৮

    • যিহূদাই যীচুৰ লগত বিশ্বাসঘাত কৰে (১-৯)

    • পিতৰে তৰোৱাল ব্যৱহাৰ কৰে (১০, ১১)

    • যীচুক হাননৰ ওচৰলৈ লৈ যোৱা হʼল (১২-১৪)

    • পিতৰে প্ৰথমবাৰ অস্বীকাৰ কৰে (১৫-১৮)

    • যীচু হাননৰ সন্মুখত (১৯-২৪)

    • পিতৰে দ্বিতীয় আৰু তৃতীয়বাৰ অস্বীকাৰ কৰে (২৫-২৭)

    • যীচু পীলাতৰ সন্মুখত (২৮-৪০)

      • “মোৰ ৰাজ্য এই জগতৰ নহয়” (৩৬)

  • ১৯

    • যীচুক চাবুকেৰে কোবোৱা হʼল, তেওঁক ঠাট্টা কৰা হʼল (১-৭)

    • পীলাতে আকৌ যীচুক প্ৰশ্ন কৰে (৮-১৬ক)

    • যীচুক গলগথাত কাঠত গজাল মাৰি দিয়া হʼল (১৬খ-২৪)

    • যীচুৱে নিজৰ মাকৰ চোৱা-চিতা কৰাৰ ব্যৱস্থা কৰে (২৫-২৭)

    • যীচুৰ মৃত্যু (২৮-৩৭)

    • যীচুক কবৰ দিয়া হʼল (৩৮-৪২)

  • ২০

    • খালী কবৰ (১-১০)

    • যীচুৱে মৰিয়ম মগ্দলীনীক দেখা দিয়ে (১১-১৮)

    • যীচুৱে নিজৰ শিষ্যসকলক দেখা দিয়ে (১৯-২৩)

    • থোমাই সন্দেহ কৰে; তাৰ পাছত বিশ্বাস কৰে (২৪-২৯)

    • এই নুৰাটোৰ উদ্দেশ্য (৩০, ৩১)

  • ২১

    • যীচুৱে শিষ্যসকলক দেখা দিয়ে (১-১৪)

    • যীচুক প্ৰেম কৰোঁ বুলি পিতৰে বাৰে বাৰে কয় (১৫-১৯)

      • “মোৰ সৰু ভেড়াবিলাকক চৰোৱা” (১৭)

    • যীচুৰ প্ৰিয় শিষ্যজনৰ ভৱিষ্যৎ (২০-২৩)

    • সমাপ্তি (২৪, ২৫)