Skip to content

Skip to table of contents

লূকে লিখা শুভবাৰ্তা

অধ্যায়বোৰ

সাৰাংশ

    • থিয়ফিললৈ সম্বোধন (১-৪)

    • গাব্ৰিয়েলে যোহন বাপ্তিষ্মা দিওঁতাৰ জন্মৰ ভৱিষ্যবাণী কৰে (৫-২৫)

    • গাব্ৰিয়েলে যীচুৰ জন্মৰ ভৱিষ্যবাণী কৰে (২৬-৩৮)

    • মৰিয়মে এলীচাবেতক লগ কৰিবলৈ যায় (৩৯-৪৫)

    • মৰিয়মে যিহোৱাৰ প্ৰশংসা কৰে (৪৬-৫৬)

    • যোহনৰ জন্ম; তেওঁৰ নাম থোৱা হয় (৫৭-৬৬)

    • জখৰিয়াৰ ভৱিষ্যবাণী (৬৭-৮০)

    • যীচুৰ জন্ম (১-৭)

    • স্বৰ্গদূতে ভেড়া ৰখীয়াবিলাকক দেখা দিয়ে (৮-২০)

    • চুন্নৎ আৰু শুচি কৰা (২১-২৪)

    • চিমিয়োনে খ্ৰীষ্টক দেখে (২৫-৩৫)

    • হান্নাই লʼৰাটিৰ বিষয়ে কয় (৩৬-৩৮)

    • তেওঁলোকে নাচৰতলৈ উভতি আহে (৩৯, ৪০)

    • ১২ বছৰীয়া যীচু মন্দিৰত (৪১-৫২)

    • যোহনে সেৱা কৰিবলৈ আৰম্ভ কৰে (১, ২)

    • যোহনে বাপ্তিষ্মা লোৱাৰ বিষয়ে প্ৰচাৰ কৰে (৩-২০)

    • যীচুৰ বাপ্তিষ্মা (২১, ২২)

    • যীচু খ্ৰীষ্টৰ বংশাৱলী (২৩-৩৮)

    • চয়তানে যীচুক ফুচলাবলৈ চেষ্টা কৰে (১-১৩)

    • যীচুৱে গালীলত প্ৰচাৰ আৰম্ভ কৰে (১৪, ১৫)

    • নাচৰতত যীচুক অস্বীকাৰ কৰে (১৬-৩০)

    • কফৰনাহূমৰ সভাঘৰত (৩১-৩৭)

    • চিমোনৰ শাহুৱেক আৰু আন লোকসকলক সুস্থ কৰে (৩৮-৪১)

    • যীচুৱে নিৰ্জন ঠাইত থকাৰ সময়ত ভীৰে তেওঁক বিচাৰি পায় (৪২-৪৪)

    • চমৎকাৰ কৰি মাছ ধৰে; প্ৰথম শিষ্যসকল (১-১১)

    • এজন কুষ্ঠ ৰোগীক সুস্থ কৰে (১২-১৬)

    • যীচুৱে এজন জঠৰ ৰোগীক সুস্থ কৰে (১৭-২৬)

    • যীচুৱে লেবীক মাতে (২৭-৩২)

    • লঘোনৰ বিষয়ে প্ৰশ্ন (৩৩-৩৯)

    • যীচু “বিশ্ৰাম-বাৰৰ প্ৰভু হয়” (১-৫)

    • হাত শুকাই যোৱা এজন মানুহক সুস্থ কৰিলে (৬-১১)

    • ১২ জন পাঁচনি (১২-১৬)

    • যীচুৱে শিকায় আৰু সুস্থ কৰে (১৭-১৯)

    • সুখ আৰু দুখৰ কাৰণ (২০-২৬)

    • হানি কৰিব বিচৰা লোকসকলক প্ৰেম কৰা (২৭-৩৬)

    • নিন্দা নকৰিবা (৩৭-৪২)

    • গছক নিজৰ ফলৰ যোগেদি চিনাক্ত কৰিব পাৰি (৪৩-৪৫)

    • মজবুত ভেটিৰে বনোৱা ঘৰ; ভেটি নোহোৱা ঘৰ (৪৬-৪৯)

    • এজন সেনাপতিৰ বিশ্বাস (১-১০)

    • নায়িন চহৰত যীচুৱে এগৰাকী বিধৱাৰ লʼৰাক আকৌ জীয়াই তুলে (১১-১৭)

    • যোহন বাপ্তিষ্মা দিওঁতাৰ প্ৰশংসা (১৮-৩০)

    • এই যুগৰ জিদ্দি লোকসকলক নিন্দা কৰা (৩১-৩৫)

    • এগৰাকী পাপিনীক ক্ষমা কৰে (৩৬-৫০)

      • ধাৰ লোৱাবিলাকৰ উদাহৰণ (৪১-৪৩)

    • যীচুৰ লগত যোৱা তিৰোতাসকল (১-৩)

    • বীজ সিঁচোঁতাৰ উদাহৰণ (৪-৮)

    • যীচুৱে কিয় উদাহৰণ দিছিল (৯, ১০)

    • বীজ সিঁচোঁতাৰ উদাহৰণৰ অৰ্থ বুজালে (১১-১৫)

    • চাকি জ্বলাই তাক ঢাকি নাৰাখে (১৬-১৮)

    • যীচুৰ মা আৰু তেওঁৰ ভায়েকবিলাক (১৯-২১)

    • যীচুৱে ধুমুহাক শান্ত কৰে (২২-২৫)

    • যীচুৱে দুষ্ট স্বৰ্গদূতবিলাকক গাহৰিবোৰত সোমাবলৈ দিয়ে (২৬-৩৯)

    • যায়ীৰৰ ছোৱালী; এগৰাকী তিৰোতাই যীচুৰ কাপোৰ চোৱে (৪০-৫৬)

    • বাৰ জন শিষ্যক প্ৰচাৰ কৰিবলৈ নিৰ্দেশনা দিয়ে (১-৬)

    • হেৰোদে যীচুৰ বিষয়ে শুনি চিন্তিত হয় (৭-৯)

    • যীচুৱে ৫,০০০ জনক খোৱালে (১০-১৭)

    • যীচুৱেই খ্ৰীষ্ট হয় বুলি পিতৰে কʼলে (১৮-২০)

    • যীচুৰ মৃত্যুৰ বিষয়ে ভৱিষ্যবাণী (২১, ২২)

    • প্ৰকৃত শিষ্য কোন হয় (২৩-২৭)

    • যীচুৰ ৰূপ সলনি হʼল (২৮-৩৬)

    • দুষ্ট স্বৰ্গদূতে পোৱা এজন লʼৰাক সুস্থ কৰে (৩৭-৪৩ক)

    • যীচুৱে আকৌ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (৪৩খ-৪৫)

    • শিষ্যসকলে কোন ডাঙৰ হয় বুলি তৰ্ক কৰে (৪৬-৪৮)

    • যিজন আমাৰ বিৰুদ্ধে নহয়, তেওঁ আমাৰ লগত আছে (৪৯-৫০)

    • চমৰীয়াৰ এখন গাঁৱত যীচুক অস্বীকাৰ কৰে (৫১-৫৬)

    • যীচুৰ শিষ্য হʼবলৈ কি কৰিব লাগে (৫৭-৬২)

  • ১০

    • যীচুৱে ৭০ জন শিষ্যক পঠায় (১-১২)

    • অনুতাপ নকৰা চহৰবোৰক নিন্দা কৰে (১৩-১৬)

    • ৭০ জন শিষ্য উভতি আহে (১৭-২০)

    • নম্ৰ লোকক কৃপা দেখুৱাৰ বাবে যীচুৱে পিতৃৰ প্ৰশংসা কৰে (২১-২৪)

    • দয়ালু চমৰীয়াৰ উদাহৰণ (২৫-৩৭)

    • যীচুৱে মাৰ্থা আৰু মৰিয়মৰ ঘৰলৈ গৈছে (৩৮-৪২)

  • ১১

    • প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে (১-১৩)

      • আদৰ্শ প্ৰাৰ্থনা (২-৪)

    • পবিত্ৰ শক্তিৰে দুষ্ট স্বৰ্গদূতবিলাকক উলিয়ালে (১৪-২৩)

    • দুষ্ট স্বৰ্গদূত উভতি আহে (২৪-২৬)

    • প্ৰকৃত সুখ (২৭, ২৮)

    • যোনাৰ চিন (২৯-৩২)

    • চকু পোহৰৰ নিচিনা হয় (৩৩-৩৬)

    • কপটীয়া ধৰ্ম গুৰুসকলক নিন্দা কৰিছে (৩৭-৫৪)

  • ১২

    • ফৰীচীসকলৰ খমিৰ (১-৩)

    • ঈশ্বৰক ভয় কৰা, মানুহক নহয় (৪-৭)

    • খ্ৰীষ্টক গ্ৰহণ কৰাসকল (৮-১২)

    • মূৰ্খ ধনী ব্যক্তিৰ উদাহৰণ (১৩-২১)

    • চিন্তা কৰিবলৈ এৰি দিয়া (২২-৩৪)

      • সৰু জাক (৩২)

    • জাগি থাকা (৩৫-৪০)

    • বিশ্বাসী প্ৰবন্ধক আৰু বিশ্বাসঘাত কৰা প্ৰবন্ধক (৪১-৪৮)

    • শান্তি দিবলৈ নহয়, বিভেদ সৃষ্টি কৰিবলৈ (৪৯-৫৩)

    • বিশেষ সময়ৰ অৰ্থ বুজোৱা (৫৪-৫৬)

    • সমস্যা সমাধান কৰা (৫৭-৫৯)

  • ১৩

    • অনুতাপ কৰা, নহʼলে নাশ হʼবা (১-৫)

    • ফল নধৰা ডিমৰু গছৰ উদাহৰণ (৬-৯)

    • বিশ্ৰাম-বাৰে কুঁজী তিৰোতাক সুস্থ কৰে (১০-১৭)

    • সৰিয়হ গুটি আৰু খমিৰৰ উদাহৰণ (১৮-২১)

    • ঠেক দুৱাৰেদি ভিতৰলৈ যাবলৈ মনে-প্ৰাণে সংঘৰ্ষ (২২-৩০)

    • হেৰোদ “সেই শিয়াল” (৩১-৩৩)

    • যিৰূচালেমৰ বাবে যীচুৰ দুখ (৩৪, ৩৫)

  • ১৪

    • বিশ্ৰাম-বাৰে জলোদৰি ৰোগীক সুস্থ কৰা (১-৬)

    • নিজকে সৰু বুলি ভবা আলহী (৭-১১)

    • একোকেই ঘূৰাই দিব নোৱাৰা লোকক নিমন্ত্ৰণ কৰা (১২-১৪)

    • বাহানা মাৰিবলৈ ধৰা আলহীসকলৰ উদাহৰণ (১৫-২৪)

    • শিষ্য হʼবলৈ কৰিবলগীয়া ত্যাগ (২৫-৩৩)

    • সোৱাদ হেৰুৱা নিমখ (৩৪, ৩৫)

  • ১৫

    • হেৰুৱা ভেড়াৰ উদাহৰণ (১-৭)

    • হেৰুৱা মুদ্ৰাৰ উদাহৰণ (৮-১০)

    • হেৰাই যোৱা লʼৰাজনৰ উদাহৰণ (১১-৩২)

  • ১৬

    • টেঙৰ প্ৰবন্ধকজনৰ উদাহৰণ (১-১৩)

      • ‘সৰু বিষয়ত বিশ্বাসী, ডাঙৰ বিষয়তো বিশ্বাসী’ (১০)

    • নিয়ম আৰু ঈশ্বৰৰ ৰাজ্য (১৪-১৮)

    • ধনী ব্যক্তি আৰু লাজাৰৰ উদাহৰণ (১৯-৩১)

  • ১৭

    • বিশ্বাসৰ পথত বাধা, ক্ষমা আৰু বিশ্বাস (১-৬)

    • সাধাৰণ দাস (৭-১০)

    • দহজন কুষ্ঠ ৰোগী সুস্থ হʼল (১১-১৯)

    • ঈশ্বৰৰ ৰাজ্য কেনেকৈ আহিব (২০-৩৭)

      • ঈশ্বৰৰ ৰাজ্য “তোমালোকৰ মাজতেই আছে” (২১)

      • “লোটৰ পত্নীক মনত ৰাখা” (৩২)

  • ১৮

    • হাৰ নমনা বিধৱাৰ উদাহৰণ (১-৮)

    • ফৰীচী আৰু কৰতোলা লোক (৯-১৪)

    • যীচু আৰু লʼৰা-ছোৱালীবিলাক (১৫-১৭)

    • এজন ধনী অধিকাৰীৰ প্ৰশ্ন (১৮-৩০)

    • যীচুৱে আকৌ নিজৰ মৃত্যুৰ ভৱিষ্যবাণী কৰে (৩১-৩৪)

    • এজন অন্ধ ভিক্ষাৰীয়ে দৃষ্টিশক্তি ঘূৰাই পায় (৩৫-৪৩)

  • ১৯

    • যীচুৱে চক্কেয়ৰ ঘৰলৈ গʼল (১-১০)

    • দহ মীনা ৰূপৰ মুদ্ৰাৰ উদাহৰণ (১১-২৭)

    • যীচু যিৰূচালেমলৈ আহিলে (২৮-৪০)

    • যীচুৱে যিৰূচালেমৰ কাৰণে কান্দিলে (৪১-৪৪)

    • যীচুৱে মন্দিৰ পৰিষ্কাৰ কৰে (৪৫-৪৮)

  • ২০

    • যীচুৰ অধিকাৰৰ ওপৰত প্ৰশ্ন কৰে (১-৮)

    • হত্যা কৰা খেতিয়কৰ উদাহৰণ (৯-১৯)

    • ঈশ্বৰ আৰু সম্ৰাট (২০-২৬)

    • মৃতবিলাকক আকৌ জীয়াই তোলাৰ বিষয়ে প্ৰশ্ন (২৭-৪০)

    • খ্ৰীষ্ট দায়ূদৰ বংশৰ হয় নে? (৪১-৪৪)

    • নিয়ম শিকোৱা লোকসকলৰ বিৰুদ্ধে সাৱধানবাণী (৪৫-৪৭)

  • ২১

    • দুখীয়া বিধৱাৰ দুটা মুদ্ৰা (১-৪)

    • আগলৈ হʼবলগীয়া ঘটনাৰ চিন (৫-৩৬)

      • যুদ্ধ, ডাঙৰ ডাঙৰ ভূমিকম্প, মহামাৰী, আকাল (১০, ১১)

      • যিৰূচালেমক সৈন্যসকলে আগুৰি ধৰা (২০)

      • ৰাষ্ট্ৰবোৰৰ কাৰণে নিৰ্ধাৰিত কৰা সময় (২৪)

      • মানুহৰ পুত্ৰ অহা (২৭)

      • ডিমৰু গছৰ উদাহৰণ (২৯-৩৩)

      • সতৰ্ক হৈ থাকা (৩৪-৩৬)

    • যীচুৱে মন্দিৰত শিকায় (৩৭, ৩৮)

  • ২২

    • পুৰোহিতসকলে যীচুক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰে (১-৬)

    • শেষ নিস্তাৰ-পৰ্বৰ কাৰণে তৈয়াৰী (৭-১৩)

    • প্ৰভুৰ সন্ধিয়া ভোজৰ আৰম্ভণি (১৪-২০)

    • “যিজনে মোৰ লগত বিশ্বাসঘাত কৰিব, তেওঁ মোৰ লগত এই মেজতে বহি আছে” (২১-২৩)

    • কাক ডাঙৰ বুলি মনা হʼব, সেই বিষয়ে কাজিয়া (২৪-২৭)

    • যীচুৱে ৰাজ্যৰ চুক্তি কৰিলে (২৮-৩০)

    • যীচুৱে কৈছিল যে পিতৰে তেওঁক অস্বীকাৰ কৰিব (৩১-৩৪)

    • সাজু হৈ থকাৰ প্ৰয়োজন; দুখন তৰোৱাল (৩৫-৩৮)

    • জৈতুন পাহাৰত যীচুৰ প্ৰাৰ্থনা (৩৯-৪৬)

    • যীচুক গ্ৰেপ্তাৰ কৰা হʼল (৪৭-৫৩)

    • পিতৰে যীচুক চিনি পাবলৈ অস্বীকাৰ কৰে (৫৪-৬২)

    • যীচুক ঠাট্টা কৰা হʼল (৬৩-৬৫)

    • মহা-সভাৰ ওচৰত মোকৰ্দ্দমা (৬৬-৭১)

  • ২৩

    • পীলাত আৰু হেৰোদৰ ওচৰত যীচু (১-২৫)

    • যীচু আৰু দুজন অপৰাধীক কাঠত আঁৰি দিয়া হʼল (২৬-৪৩)

      • তুমি মোৰ লগত প্ৰমোদবনত থাকিবা (৪৩)

    • যীচুৰ মৃত্যু (৪৪-৪৯)

    • যীচুক কবৰ দিয়া হʼল (৫০-৫৬)

  • ২৪

    • যীচু জীয়াই উঠিল (১-১২)

    • ইন্মায়ূলৈ যোৱা ৰাস্তাত (১৩-৩৫)

    • যীচুৱে শিষ্যসকলক দেখা দিলে (৩৬-৪৯)

    • যীচু স্বৰ্গলৈ উঠি গʼল (৫০-৫৩)