দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ কৰিন্থীয়াসকললৈ প্ৰথম চিঠি অধ্যায়বোৰ ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬ সাৰাংশ ১ নমস্কাৰ (১-৩) পৌলে কৰিন্থীয়াসকলৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিয়ে (৪-৯) একতাত থাকিবলৈ উৎসাহিত কৰা হৈছে (১০-১৭) খ্ৰীষ্ট, ঈশ্বৰৰ শক্তি আৰু বুদ্ধি (১৮-২৫) কেৱল যিহোৱাৰ বিষয়ে গৰ্ব কৰক (২৬-৩১) ২ কৰিন্থত পৌলৰ প্ৰচাৰ (১-৫) ঈশ্বৰৰ বুদ্ধি শ্ৰেষ্ঠ হয় (৬-১০) ঈশ্বৰৰ দৰে চিন্তাধাৰা আৰু মানুহৰ চিন্তাধাৰাৰ মাজত পাৰ্থক্য (১১-১৬) ৩ কৰিন্থৰ লোকসকলৰ জগতৰ চিন্তাধাৰা (১-৪) ঈশ্বৰে বঢ়ায় (৫-৯) ঈশ্বৰৰ সহকৰ্মী (৯) জুইত টিকি থকা বস্তুৰ দ্বাৰা নিৰ্মাণ কৰা (১০-১৫) তোমালোক ঈশ্বৰৰ মন্দিৰ হোৱা (১৬, ১৭) জগতৰ বুদ্ধি ঈশ্বৰৰ দৃষ্টিত মূৰ্খতা হয় (১৮-২৩) ৪ প্ৰবন্ধকজন বিশ্বাসী হোৱা উচিত (১-৫) খ্ৰীষ্টান সেৱকসকলৰ নম্ৰতা (৬-১৩) “যি লিখা আছে, তাতকৈ আগলৈ নাযাবা” (৬) খ্ৰীষ্টানসকল হাঁহিৰ পাত্ৰ (৯) নিজৰ খ্ৰীষ্টান লʼৰা-ছোৱালীৰ প্ৰতি পৌলৰ চিন্তা (১৪-২১) ৫ অনৈতিক শাৰীৰিক সম্পৰ্কৰ বিষয় (১-৫) অলপ খমিৰে সানি থোৱা গোটেই আটাখিনি খমিৰ কৰি দিয়ে (৬-৮) দুষ্ট মানুহজনক নিজৰ মাজৰ পৰা বাহিৰ কৰা (৯-১৩) ৬ খ্ৰীষ্টান ভাইসকলে এজনে-আনজনৰ বিৰুদ্ধে মোকৰ্দ্দমা কৰে (১-৮) কোনে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহʼব (৯-১১) নিজৰ শৰীৰৰ যোগেদি ঈশ্বৰৰ মহিমা কৰা (১২-২০) “অনৈতিক শাৰীৰিক সম্পৰ্কৰ পৰা দূৰলৈ পলোৱা!” (১৮) ৭ বিবাহিত আৰু অবিবাহিত লোকসকলৰ কাৰণে পৰামৰ্শ (১-১৬) তোমালোকক যি অৱস্থাত মতা হৈছে, সেই অৱস্থাতে থাকা (১৭-২৪) অবিবাহিত লোক আৰু বিধৱাসকল (২৫-৪০) অবিবাহিত হৈ থকাৰ লাভ (৩২-৩৫) “কেৱল প্ৰভুত” বিয়া কৰা (৩৯) ৮ মূৰ্তিবোৰক উছৰ্গা কৰা খোৱাবস্তু (১-১৩) আমাৰ কাৰণে এজনেই ঈশ্বৰ আছে (৫, ৬) ৯ পৌল, পাঁচনি হোৱাৰ এক ভাল উদাহৰণ (১-২৭) “তোমালোকে মৰণা মাৰোঁতে ষাঁৰ গৰুৰ মুখ নাবান্ধিবা” (৯) “যদি মই শুভবাৰ্তা নুশুনাওঁ, তেনেহʼলে মই নিজকে ধিক্কাৰ দিছোঁ!” (১৬) মই সকলো ধৰণৰ লোকসকলৰ কাৰণে সকলো হʼলোঁ (১৯-২৩) জীৱনৰ দৌৰত আত্মনিয়ন্ত্ৰণ (২৪-২৭) ১০ ইস্ৰায়েলৰ ইতিহাসৰ পৰা শিক্ষা (১-১৩) মূৰ্তিপূজাৰ বিষয়ে সতৰ্কবাণী (১৪-২২) যিহোৱাৰ মেজ, দুষ্ট স্বৰ্গদূতবিলাকৰ মেজ (২১) স্বাধীনতা আৰু আনৰ বিষয়ে বিবেচনা কৰা (২৩-৩৩) “সকলো ঈশ্বৰৰ মহিমাৰ কাৰণে কৰা” (৩১) ১১ “মোৰ উদাহৰণত চলা” (১) মূৰব্বী আৰু মূৰ ঢকা (২-১৬) প্ৰভুৰ সন্ধ্যা ভোজ পালন কৰা (১৭-৩৪) ১২ পবিত্ৰ শক্তিৰ বৰদান (১-১১) শৰীৰ এক, অংগ বহুত (১২-৩১) ১৩ প্ৰেম—আটাইতকৈ ভাল পথ (১-১৩) ১৪ ভৱিষ্যবাণী কৰা আৰু বেলেগ ভাষা কোৱাৰ বৰদান (১-২৫) পৰিপাটিকৈ খ্ৰীষ্টান সভাবোৰ (২৬-৪০) মণ্ডলীত তিৰোতাসকলৰ স্থান (৩৪, ৩৫) ১৫ খ্ৰীষ্টক জীয়াই তোলা হʼল (১-১১) মৃতবিলাকক আকৌ জীয়াই তোলা শিক্ষা—বিশ্বাসৰ ভিত্তি (১২-১৯) খ্ৰীষ্ট জীৱিত হোৱাৰ নিশ্চয়তা দিয়ে (২০-৩৪) হাড়-মাংসৰ শৰীৰ, অদৃশ্য শৰীৰ (৩৫-৪৯) অমৰতা আৰু অবিনাশী (৫০-৫৭) প্ৰভুৰ সেৱাত সদায় বহুত কাম (৫৮) ১৬ যিৰূচালেমৰ খ্ৰীষ্টানসকলৰ কাৰণে দান জমা কৰা (১-৪) পৌলৰ যাত্ৰাৰ যোজনা (৫-৯) তীমথিয় আৰু আপল্লোৰ যাত্ৰাৰ যোজনা (১০-১২) পৰামৰ্শ আৰু নমস্কাৰ (১৩-২৪) Previous Next Print Share Share ১ কৰিন্থীয়া—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ ১ কৰিন্থীয়া—সাৰাংশ অসমীয়া ১ কৰিন্থীয়া—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt ১ কৰিন্থীয়া