দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ ৫ ৬ তীমথিয়লৈ প্ৰথম চিঠি অধ্যায়বোৰ ১ ২ ৩ ৪ ৫ ৬ সাৰাংশ ১ নমস্কাৰ (১, ২) মিছা শিক্ষকসকলৰ বিষয়ে সতৰ্কবাণী (৩-১১) পৌলৰ ওপৰত মহা-কৃপা কৰা হʼল (১২-১৬) চিৰকালৰ ৰজা (১৭) ‘ভালদৰে সংঘৰ্ষ কৰা’ (১৮-২০) ২ সকলো ধৰণৰ লোকসকলৰ কাৰণে প্ৰাৰ্থনা (১-৭) ঈশ্বৰ এজনেই, এজনেই মধ্যস্থতা (৫) সকলোৰে কাৰণে মুক্তিৰ মূল্য (৬) পুৰুষ আৰু তিৰোতাসকলৰ কাৰণে নিৰ্দেশনা (৮-১৫) মৰ্য্যদাৰে সৈতে কাপোৰ পিন্ধা (৯, ১০) ৩ অধ্যক্ষসকলৰ যোগ্যতাবোৰ (১-৭) সহায়ক সেৱকসকলৰ যোগ্যতাবোৰ (৮-১৩) ঈশ্বৰৰ ভক্তিৰ পবিত্ৰ ৰহস্য (১৪-১৬) ৪ দুষ্ট স্বৰ্গদূতবিলাকৰ শিক্ষাৰ পৰা সাৱধান (১-৫) খ্ৰীষ্টৰ এজন ভাল সেৱক কেনেকৈ হʼব পাৰি (৬-১০) শৰীৰৰ ব্যায়াম আৰু ঈশ্বৰৰ ভক্তিৰ মাজত পাৰ্থক্য (৮) নিজৰ শিক্ষাৰ ওপৰত ধ্যান দিয়া (১১-১৬) ৫ ডেকা আৰু বৃদ্ধসকলৰ লগত কেনেকৈ ব্যৱহাৰ কৰা উচিত (১, ২) বিধৱাসকলক সহায় কৰা (৩-১৬) নিজৰ ঘৰৰ লোকসকলৰ চোৱা-চিতা কৰা (৮) পৰিশ্ৰমী প্ৰাচীনসকলক আদৰ কৰা (১৭-২৫) ‘নিজৰ পেটৰ কাৰণে অলপ দ্ৰাক্ষাৰস’ (২৩) ৬ দাসে নিজৰ মালিকসকলক আদৰ কৰক (১, ২) মিছা শিক্ষক; টকা-পইচাৰ প্ৰতি প্ৰেম (৩-১০) ঈশ্বৰৰ সেৱকক নিৰ্দেশনা (১১-১৬) ভাল কামত ধনী হোৱা (১৭-১৯) নিজৰ সম্পত্তি চম্ভালি ৰাখা (২০, ২১) Previous Next Print Share Share ১ তীমথিয়—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ ১ তীমথিয়—সাৰাংশ অসমীয়া ১ তীমথিয়—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt ১ তীমথিয়