দেখাওক Bible Book মথি মাৰ্ক লূক যোহন পাঁচনিৰ কৰ্ম্ম ৰোমীয়া ১ কৰিন্থীয়া ২ কৰিন্থীয়া গালাতীয়া ইফিচীয়া ফিলিপীয়া কলচীয়া ১ থিচলনীকীয়া ২ থিচলনীকীয়া ১ তীমথিয় ২ তীমথিয় তীত ফিলীমন ইব্ৰী যাকোব ১ পিতৰ ২ পিতৰ ১ যোহন ২ যোহন ৩ যোহন যিহূদা প্ৰকাশিত বাক্য Chapter ১ ২ ৩ ৪ ৫ যোহনৰ প্ৰথম চিঠি অধ্যায়বোৰ ১ ২ ৩ ৪ ৫ সাৰাংশ ১ জীৱনৰ বাক্য (১-৪) পোহৰত চলা (৫-৭) পাপ স্বীকাৰ কৰাৰ প্ৰয়োজন (৮-১০) ২ যীচু শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলোঁতা বলিদান হয় (১, ২) তেওঁৰ আজ্ঞা পালন কৰা (৩-১১) পুৰণি আৰু নতুন আজ্ঞা (৭, ৮) লিখাৰ কাৰণ (১২-১৪) জগতক প্ৰেম নকৰিবা (১৫-১৭) খ্ৰীষ্টৰ বিৰোধীবিলাকৰ বিষয়ে সাৱধানবাণী (১৮-২৯) ৩ আমি ঈশ্বৰৰ সন্তান হওঁ (১-৩) ঈশ্বৰৰ সন্তান; চয়তানৰ সন্তান (৪-১২) যীচুৱে চয়তানৰ কামবোৰক নষ্ট কৰি দিব (৮) এজনে-আনজনক প্ৰেম কৰা (১৩-১৮) ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান (১৯-২৪) ৪ বাৰ্তা চালি-জাৰি চোৱা (১-৬) ঈশ্বৰক জানা আৰু তেওঁক প্ৰেম কৰা (৭-২১) “ঈশ্বৰ প্ৰেম” (৮, ১৬) প্ৰেমত ভয় নাথাকে (১৮) ৫ বিশ্বাসৰ কাৰণে জগতক জয় (১-১২) ঈশ্বৰক প্ৰেম কৰাৰ অৰ্থ (৩) প্ৰাৰ্থনাৰ শক্তিৰ ওপৰত বিশ্বাস (১৩-১৭) দুষ্ট জগতত সাৱধানে থাকা (১৮-২১) গোটেই জগত চয়তানৰ নিয়ন্ত্ৰণত আছে (১৯) Previous Next Print Share Share ১ যোহন—সাৰাংশ পবিত্র বাইবেল—নতুন জগত অনুবাদ ১ যোহন—সাৰাংশ অসমীয়া ১ যোহন—সাৰাংশ https://cms-imgp.jw-cdn.org/img/p/1001061100/univ/wpub/1001061100_univ_sqr_xl.jpg nwt ১ যোহন